যোৱা কেইবছৰৰ দৰে এইবছৰো চেঙা #উদীয়মান #যুৱ #সংঘ (NGO) ৰ #উদ্যোগত অহা ১৬ জুনৰ আবেলি ৩ বজাত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীসকলক #সম্বৰ্ধনা জনোৱাৰ লগতে এখনি#কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে । গতিকে উক্ত অনুষ্ঠানত আপোনালোকৰ উপস্থিত আমাক উৎসাহ আৰু অনুপ্ৰেৰণা প্ৰদান কৰিব বুলি আশা কৰিলোঁ । স্থান : চেঙা বেচিক খেলপথাৰ । কুইজ প্ৰতিযোগিতাৰ সময় ৰাতিপুৱা ১১ বজাত । প্ৰতিযোগিতাৰ পুৰস্কাৰ
প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ সমূহ ,, ২০০১.০০ টকা , দাতা = নজৰুল আলী- চেঙা ।
দ্বিতীয় পুৰস্কাৰ ১৫০১.০০ টকা , দাতা = ৰফিক আলী - চেঙা ।
প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ সমূহ ,, ২০০১.০০ টকা , দাতা = নজৰুল আলী- চেঙা ।
দ্বিতীয় পুৰস্কাৰ ১৫০১.০০ টকা , দাতা = ৰফিক আলী - চেঙা ।

No comments:
Post a Comment